জাগুনৰ টিংকুপথাৰ গাওঁৰ প্ৰাই ৫০ ঘৰ ভূমি আৰু গৃহহীন শ্ৰমিকে দেওবাৰে চৰকাৰী হা সুবিধা বিচাৰি এখন সভাত প্ৰতিবাদ সাব্যস্ত কৰে ।
জাগুন
ৰিপ'ৰ্ট ২০ আগষ্ট:
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত জাগুনৰ ৯ মাইল টিংকুপথাৰ গাওঁৰ প্ৰাই ৫০ ঘৰ ভূমি আৰু গৃহহীন আদিবাসী শ্ৰমিকে দেওবাৰে চৰকাৰী হা সুবিধা বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে । সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু মাৰ্ঘেৰিটা মহকুমা সমিতি লগতে টিৰাপ জাগুন শাষা সমিতিৰ দ্বাৰা হোৱা এখনি প্ৰতিবাদী সভাত আদিবাসী শ্ৰমিক সকলে চৰকাৰৰ বিৰুদ্ধে প্ৰয়োজনীয় চৰকাৰী আঁচনি আৰু মাটি বিচাৰি প্ৰতিবাদ কৰে । উল্লেখ্য যে আজি প্ৰায় ৪০ বছৰে টিৰাপ মৌজাৰ অন্যান্য অঞ্চলৰ উপৰিও জাগুনৰ ৯ মাইল টিংকুপথাৰত গাওঁত অৱস্থিত প্ৰায় ৫০ ঘৰ শ্ৰমিকে বিভিন্ন ব্যক্তিগত ব্যক্তিৰ চাহ বাগিচাত দিন মজুৰি কৰি পেট প্ৰবৰ্তন কৰি আহিছে । কিন্তু বাৰম্বাৰ এই শ্ৰমিক সকলে চৰকাৰক প্ৰয়োজনীয় হা সুবিধা আৰু থাকিবলৈ মাটি বিচাৰি আবেদন নিবেদন কৰি আহিছে যদিও চৰকাৰে মিছা প্ৰতিশ্ৰুতি দি তেওঁলোকক বঞ্চিত কৰি অহাত আজি শ্ৰমিক সকলে প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহে আৰু চৰকাৰক দাবী জনাই সদৈা অসম আদিবাসী ছাত্র সন্তাই যে তেওঁলোকৰ দিন সাজিৰা ৩৫০ টকা কৰিবই লাগিব বুলি জানিব দিয়ে ।

Comments
Post a Comment