*লিডু কেন্দ্ৰীয় নামঘৰৰ সোণালী জয়ন্তী সমাৰোহ আৰু ৫৭০ তম শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপন সমিতি*
বিশেষ কাৰ্যসূচী
২৯ ভাদ ১৯৪০ শক ( ইং ১৫ চেপ্তেম্বৰ , শনিবাৰ )
পুৱা ১০ বজা ঃ নাম প্ৰসঙ্গ
(
শৰাই ভাগি আগবঢ়াইছে স্থানীয় যুৱ ব্যৱসায়ী শ্ৰী সন্ঞ্জীৱ চেতিয়া ( বু) আৰু
তেওঁৰ পৰিয়াবৰ্গই আৰু ৰাজহুৱা ভোজ আগবঢ়াইছে প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী শ্ৰী
মনোজ ফুকন আৰু পৰিয়াল বৰ্গই )
সন্ধিয়া ৭ বজা শিশু শিল্পীৰ দ্বাৰা নাট ভাওঁনা মন্ঞ্চস্থ
(নাট ভাওঁনা খনি স্বৰ্গীয় বাবুলাল প্ৰসাদৰ সোঁৱৰণত আগবঢ়াইছে পুত্ৰ গোৱিন্দ প্ৰসাদ আৰু তেওঁৰ পৰিয়াল বৰ্গই )
মুখ্য বায়ন ঃ ভোলা দত্ত
মুখ্য পৰিচালক ঃ ৰাণাজ্যোতি নেওগ
*৩০ ভাদ ১৯৪০ শক ( ইং ১৬ চেপ্তেম্বৰ , দেওবাৰ )*
পুৱা ৮ বজা চিত্ৰাংকন প্ৰতিযোগিতা
পুৱা ৯ বজা ৰচনা প্ৰতিযোগিতা ।
পুৱা ১০ বজা ঃ সদৌ তিনিচুকীয়া জিলা ভিত্তিত বৰগীত প্ৰতিযোগিতা
প্ৰথম
শ্ৰেষ্ঠক সোৱঁৰণী বটা সহ নগদ ধন ৫০০০ টকা ( দাতাঃ শ্ৰীযুত তৰুণ গগৈ )
দ্বিতীয় শ্ৰেষ্ঠক লক্ষেশ্বৰ গগৈ সোঁৱৰণী বটা সহ নগদ ধন ৩০০০ টকাৰে
পুৰস্কৃত কৰা হব( দাতাঃ সাধন গগৈ )
পুৱা
১১ বজা দিহা নাম প্ৰতিযোগিতা ( শিশু সকলৰ বাবে ) প্ৰথম শ্ৰেষ্ঠক স্বৰ্গীয়
জোৰমণ চেতিয়া সোঁৱৰণী বটা সহ ৫০০০ টকা ( দাতা শ্ৰী দিপক চেতিয়া আৰু
পৰিয়ালবৰ্গ ) আৰু দ্বিতীয় শ্ৰেষ্ঠক পোৱাল নেওগ সোঁৱৰণী বটা সহ ২০০০ টকাৰে
পুৰস্কৃত কৰা হব( দাতা ঃ শ্ৰী ডম্বৰু ধৰ নেওগ )
দিনৰ ১ বজা ৰাজহুৱা ভোজ
( সৰ্বশ্ৰী জ্যোতিষ মহন উৎপল কোৱঁৰ তপন দে জীৱন শইকীয়া ৰাতুল ফুকন শ্যামল নেওগ প্ৰভাত বৰা ভৱ ৰাজবংশী ভূপেন দাস )
বিয়লি ২ বজা সদৌ অসম ভিত্তিত দিহা নাম
প্ৰতিযোগিতা ( মহিলা সকলৰ বাবে )
প্ৰথম
শ্ৰেষ্ঠক সোৱঁৰণী বটা সহ নগদ ধন ১৫০০০ টকা ( দাতা সৰ্ব শ্ৰী লোক নাথ কোৱঁৰ
শ্ৰীলক্ষ্মীনাথ হালৱা ৰাণাজ্যোতি নেওগ ) দ্বিতীয় শ্ৰেষ্ঠক সোঁৱৰণী বটা
সহ নগদ ধন ১০০০০ টকাৰে পুৰস্কৃত কৰা হব ( দাতা ঃ শ্ৰী ধীৰাজ সোণোৱাল )
বিয়লি
৪.৩০ বজা আলোচনা চক্ৰ আৰু স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠান ( স্মৃতিগ্ৰন্থ
খনি প্ৰকাশৰ সমুদায় ধন আগবঢ়াইছে পিতৃ দিলীপ বৰাৰ সোঁৱৰণত পুত্ৰ শ্ৰী
কান্ঞ্চন বৰাই )
৩১ ভাদ ১৯৪০ শক ( ইং ১৭ চেপ্তেম্বৰ , সোমবাৰ )
নিশা ৮ বজা পাটকাই নাট্য গোষ্ঠী ৰ দ্বাৰা নাট ভাওঁনা মন্ঞ্চস্থ
মুখ্য পৰিচালক আৰু বায়ন শ্ৰী পঙ্কজ শইকীয়া
পৰিচালক প্ৰদীপ শইকীয়া উজ্জ্বল চৌধুৰী
( নাট ভাওঁনা খনিৰ সেৱকী শ্ৰীযুত অমৰ জ্যোতি বাইলুঙ ভাৰপ্ৰাপ্ত বিষয়া লিডু আৰক্ষী চকী
১ আহিন ১৯৪০ শক ( ইং ১৮ চেপ্তেম্বৰ , মঙ্গল বাৰ )
দিনৰ ১১ বজা নাম প্ৰসঙ্গ
( সেৱকী শ্ৰী জোন মইনা ফুকন কল্যাণ সিংহ সন্ঞ্জীত গগৈ লিডু গেছ এজেন্সি )
বিয়লি ২ বজা দিহা নাম প্ৰতিযোগিতা ( পুৰুষৰ বাবে )
প্ৰথম
শ্ৰেষ্ঠক সোৱঁৰণী বটা সহ নগদ ধন ১০০০০ ( দাতা শ্ৰীপ্ৰদীপ ফুকন দ্বিতীয়
শ্ৰেষ্ঠক সোঁৱৰণী বটা সহ নগদ ধন ৫০০০ টকাৰে পুৰস্কৃত কৰা হব ( দাতাঃ শ্ৰী
সুখদেৱ শৰ্মা আৰু শ্ৰী দিলীপ শইকীয়া )
দিনৰ ১ বজা ৰাজহুৱা ভোজ
সেৱকী ঃ শ্ৰী নৱজ্যোতি বৰুৱা আৰু পৰিয়াল বৰ্গ
সন্ধিয়া ৫ বজা সত্ৰীয়া নৃত্যানুষ্ঠান ।
২ আহিন ১৯৪০ শক ( ইং ১৯ চেপ্তেম্বৰ , বুধ বাৰ )
পুৱা ৮ বজা ভাগৱত ভ্ৰমণ
পৰিচালনা ঃ গণেশ চেতিয়া
দিনৰ ১১.৩০ বজা বিশেষ সম্বর্ধনা অনুষ্ঠান
মুখ্য অতিথি শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী সত্ৰাধিকাৰ আউনী আটী সত্ৰ মাজুলী
দিনৰ ১২ বজা ৰাজহুৱা নাম প্ৰসঙ্গ
(
শৰাই ভাগি আগবঢ়াইছে মাৰ্ঘেৰিটাৰ মহকুমা আৰক্ষী বিষয়া শ্ৰীযুত দেৱব্ৰত মৰাং
আৰু সমূহীয়া ভোজৰ সেৱকী মাৰ্ঘেৰিটা আৰক্ষী থানাৰ প্ৰভাৰী শ্ৰী যুত গিৰীণ
সোণোৱাল দেৱ )
বিয়লি ৫.৩০ বজা আলোচনা চক্ৰ আৰু বটা বিতৰণী অনুষ্ঠান
সন্ধিয়া ৭ বজা আমন্ত্ৰিত ভাওঁনা প্ৰদৰ্শন
ঃসদৌ অসমভিত্তিত আয়োজিত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত ভাৱঁৰীয়া সমাহেৰেৰে গঠিত
যোৰহাটৰ বৃন্দাবন নাট্য গোষ্ঠীৰ নিবেদন বিদুৰথ বিপ্ৰ দামোদৰ উপাখ্যান দন্ত বক্ৰৰ মুক্তি লাভ
( নাট ভাওঁনা খনিৰ সেৱকী আৰু উদ্বোধক ঃ ঃমাননীয় স্থানীয় বিধায়ক শ্ৰী যুত ভাস্কৰ শৰ্মা)
nice
ReplyDelete