অটল বিহাৰী বাজপেয়ীৰ চিতাভষ্ম লৈ গুৱাহাটীত উপস্থিত বি জে পিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস
চিতাভষ্ম গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে
পুষ্পসজ্জিত বাহনেৰে লৈ যোৱা হৈছে চিতাভষ্ম
ধাৰাপুৰ, বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন স্থানত প্ৰয়াত নেতা গৰাকীৰ চিতাভষ্মক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব
Comments
Post a Comment