Breaking News:
অৰুণাচল প্ৰদেশৰ চিয়াঙৰ দ্বীপত আবদ্ধ ১৯জনক উদ্ধাৰ। বায়ুসেনাই সুকলমে উদ্ধাৰ কৰে লোককেইজনক। চিয়াঙৰ জলপৃষ্ঠ ভয়ংকৰভাৱে বৃদ্ধিৰ ফলত চিলে অয়ান দ্বীপত আবদ্ধ হৈ পৰিছিল লোককেইজন। আজি পুৱাৰে পৰা হেলিকপ্টাৰৰ সহায়ত অভিযান চলাই লোককেইজনক উদ্ধাৰ কৰে বায়ুসেনাই। বৰ্তমান পাচিঘাটত ৰখা হৈছে উদ্ধাৰ কৰা লোককেইজনক।
Comments
Post a Comment