#BIG_BREAKING_NEWS
ধেমাজি জিলা প্ৰশাসনৰ হাই এলাৰ্ট জাৰি
চীনে ৩ টাকৈ বান্ধৰ পানী এৰি দিয়া পাচতে তৎপৰ জিলা প্ৰশাসন
চিয়াং নৈপৰীয়া লোকক আঁতৰত থাকিবলৈ আহ্বান
দুৰ্যোগৰ সৈতে চামিল হ'ব পৰাকৈ সাজু দুৰ্যোগ প্ৰশমন বিভাগ
সংবাদ মাধ্যমক জনালে ধেমাজি জিলা উপায়ুক্তই
Comments
Post a Comment