প্ৰথম অসমীয়া ভাষা লিখক আছু
আজি বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাই বিশ্বনাথ চাৰিআলি ত ইমূৰৰ পৰা সিমূৰলৈ পথটিৰ সকলোবোৰ ব্যৱসায় প্ৰতিষ্ঠানৰ নামফলকসমুহ প্ৰথম শাৰীত অসমীয়া ভাষাত লিখিবৰ বাবে কোৱা হৈছিল আৰু যিবোৰে এতিয়ালৈকে কৰা নাই তেওঁলোকৰ নামফলক সমুহ এৰোৱাই অসমীয়া ভাষাত লিখিবলৈ কোৱা হ'ল। সাৰি নগ'ল জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যলয়।
Comments
Post a Comment