মাৰ্ঘেৰিটাত আৰক্ষী আৰু গুৱাহাটী স্থিত স্বেচ্ছাসেৱী অনুষ্ঠানৰ ধপাত বিৰোধী অভিযান
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আজি গুৱাহাটী স্থিত স্বেচ্ছাসেৱী অনুষ্ঠান সম্বন্ধই আৰক্ষীৰ সহযোগত মুকলি কৈ ধপাত জাতীয় সামগ্ৰী বিক্ৰীৰ বিৰুদ্ধে অভিযান চলায় । এই অভিযানকালত আৰক্ষীয়ে বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানক জৰিমনা বিহাৰ লগতে এই দৰে মুকলি কৈ এনে সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ সকীয়ণি দিয়ে ।
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত মুকলিকৈ গুটখা চিগাৰেট আদি ধপাত জাতীয় সামগ্ৰী বিক্ৰীৰ বিৰুদ্ধে অভিযান । গুৱাহাটী স্থিত স্বেচ্ছাসেৱী অনুষ্ঠান সম্বন্ধই আৰক্ষীৰ সহযোগত চলাই এই অভিযান । এই অভিযানকালত আৰক্ষীয়ে বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানক জৰিমনা বিহাৰ লগতে এই দৰে মুকলি কৈ এনে সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ সকীয়ণি দিয়ে ।

Comments
Post a Comment