দুলীয়াজানত কংগ্ৰেছৰ ভাৰত বন্ধৰ বিপৰীতে নাওঁশলীয়াত বিধায়ক তেৰচ গোৱালাৰ স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী
দুলীয়াজানত কংগ্ৰেছৰ ভাৰত বন্ধৰ বিপৰীতে নাওঁশলীয়াত বিধায়ক তেৰচ গোৱালাৰ স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ।
সুমবাৰে দিনত যান্ত্ৰীক নগৰ দুলীয়াজানৰ গাতে লাগি থকা নাওঁশলীয়াত শাসক দলৰ স্থানীয় বিধায়ক তেৰচ গোৱালা আৰু দলৰ কৰ্মী সকলে এক লগ হৈ গণেশ মন্দিৰ সমীপৰ অঞ্চল সমূহ পৰিষ্কাৰ কৰা দেখা গল ।।ইফালেদি এই স্বচ্ছ ভাৰত অভিযানত বিধায়ক গুৱালা উপস্থিত থাকি এইদৰে কয় ।
দুলীয়াজানৰ পৰা দুলাল চন্দ্ৰ গগৈ NEWS24NE
Comments
Post a Comment