মাৰ্ঘেৰিটাত মন্ত্ৰী চন্দমোহন পাটোৱাৰীৰ পুত্তলিকা দাহ আছাৰ
মাৰ্ঘেৰিটা ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিলে মন্ত্ৰী চন্দমোহন পাটোৱাৰীৰ প্ৰতিকৃতি। চাহ শ্ৰমিক ৰ মজুৰি ৩৫০ বৃদ্ধিৰ দাবীত প্ৰতিবাদ । মন্ত্ৰী চন্দমোহন পাটোৱাৰীৰ প্ৰতিকৃতি চোচৰাই ৰাজপথত দাহকৰে আছা কৰ্মীসকলে। সদৌ অসম আদিৱাসী ছাত্ৰ সন্থাৰ উদ্যোগত মাৰ্ঘেৰিটা ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাকুম বাগান তিনিআলিত মন্ত্ৰী চন্দমোহন পাটোৱাৰীৰ পুত্তলিকা দাহ কৰে। চাহ শ্ৰমিকৰ সুবিধা সন্দৰ্ভত দিয়া মন্তব্য সন্দভত এই প্ৰতিবাদি কাৰ্য্যসূচী ৰূপায়ন কৰে।
Comments
Post a Comment