তিতাবৰত শক্তিমন্ত্ৰী তপন গগৈৰ পুত্তলিকা দাহ
তিতাবৰত শক্তিমন্ত্ৰী তপন গগৈৰ পুত্তলিকা দাহ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিতাবৰ আঞ্চলিক সমিতিৰ / তিতাবৰত বিদ্যুৎ যোগান নিয়মীয়া কৰা, আওপুৰণি বিদ্যুৎ পৰিবাহী তাঁৰ আৰু খুটা নবীকৰণ কৰা,উন্মুক্ত ট্ৰেন্সফৰ্মাৰত বেৰা দিয়া আদিৰ দাবীত এই প্ৰতিবাদ।
Comments
Post a Comment