অৰ্জুন বঁটাৰ বাবে মনোনীত 'উৰন্ত পৰী' হিমা দাস।
অৰ্জুন বঁটাৰ বাবে মনোনীত 'উৰন্ত পৰী' হিমা দাস। হিমাৰ পূৰ্বে 4গৰাকী অসমীয়া খেলুৱৈয়ে পাইছিল এই বঁটা। ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা, জয়ন্ত তালুকদাৰ আৰু শিৱ থাপাৰ পিছত 18 বছৰীয়া হিমাই কঢ়িয়াই আনিছে এই গৌৰৱ।
Comments
Post a Comment