জাগুনৰ আহোম পথাৰ তিনি আলিত ভয়াৱহ পথ দুৰ্ঘটনা
জাগুনৰ পৰা দীপক ৰিপ'ৰ্ট ১৮ ছেপ্টেম্বৰ :
তিনিচুকীয়াৰ জাগুনত ভয়াৱহ পথ দুৰ্ঘটনা । তীব্ৰবেগী গাড়ীৰ খুন্দাত তিনিজন লোক আহত As-23A-8056 নম্বৰৰ Matiz Car জাগুন অভিমুখে আহোঁতে তিনি জন পথচাৰিক মূহতিয়াই লৈ যায় । তাৰে প্ৰতিমা চুতীয়া (৪৫) মানৰ এগৰাকী মহিলা গৰাকী সংকতজনক অৱস্থা হোৱা বাবে ডিব্ৰুগড়ৰ মেডিকেল কলেজ লৈ প্ৰেৰণ কৰে । জাগুন আহোম পথাৰ তিনি আলিৰ সমীপত এই পথ দুৰ্ঘটনা সংঘটিত হয় আৰু আন দুজন আহত লোক জাগুনৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাধীন ।
Comments
Post a Comment