দেওবাৰে বিয়লি তৈল নগৰী দুলীয়াজানৰ ইণ্ডিয়ান অইল উৱকাৰ্ছ ইউনিয়নৰ মুখ্য কাৰ্যালয়ত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ এখন সভা অনুষ্ঠিত হয় ।সভাত সভাপতিত্ব কৰে দুলীয়াজান আঞ্চলিক বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সভাপতি ৰুমীন গগৈয়ে ।উক্ত সভাতে ঋতুৰাজ গগৈক সভাপতি ,বাবুল গগৈক কাৰ্যকৰী সভাপতি ,বসন্ত তামুলী আৰু ঋতুল হিংসাক যুটীয়া সম্পাদক হিচাপে লৈ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ২১ জনীয়াকৈ দুলীয়াজান নগৰ সমিতি গঠন কৰে ।

Comments
Post a Comment