ছোৱালীৰ ১৭ অনূৰ্দ্ধ ফুটবল ফাইনেলত মাৰ্ঘেৰিটা দল
মাৰ্ঘেৰিটা ২২ছেপ্টেম্বৰঃ- আন্তঃজিলা ছোৱালীৰ ১৭ অনূৰ্দ্ধ ফুটবল চেম্পিয়নশ্বিপৰ আজি কাৰ্বি আংলং জিলাৰ লাংহিন গৰৈমাৰী খেলপথাৰত চলি থকা খেলত মাৰ্ঘেৰিটা আৰু নাজিৰাৰ মাজত হোৱা খেলত মাৰ্ঘেৰিটাই ৫-১ গ'ল জয় লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছে। মাৰ্ঘেৰিটা হৈ সীমা বড্ৰা ৩গ'ল , চুনামি মুণ্ডা ১গ'ল, ৰচা তিৰকী১ গ'ল দিয়ে। কোকৰাঝাৰ আৰু মাৰ্ঘেৰিটা মাজত ২৪ছেপ্টেম্বৰত ফাইনেল খেল অনুষ্ঠিত হ'ব কাৰ্বি আংলঙত।

Comments
Post a Comment