দুলীয়াজানৰ টিংৰাই চাৰিআলিৰ তিৱাৰী গোলাত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ টিংৰাই উপ শাখাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত যোৱা ২৮ আৰু ২৯ তাৰিখ দুদিনীয়াকৈ ষষ্ঠ বাৰ্ষিক কৰম সন্মিলন অনুষ্ঠিত হৈ জাই । এই সন্মিলনৰ লগত সংগতি ৰাখি জনগোষ্ঠীতোৰ মাজত প্ৰচলিত বিভিন্ন গীত মাত আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ উপৰিও চাহ জনগোষ্ঠীৰ লোক সকলৰ মাজত অতিকৈ আদৰৰ জুমুৰ দল সমূহৰ মাজত জুমুৰ প্ৰতিযোগিতা অনুষ্ঠিতও কৰা হয় ।

Comments
Post a Comment