অৰুনাচল প্ৰদেশ চাংলাং জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত বৰডুমচা বজাৰত আজি কাহিলি পুৱাতে এক ভয়ঙ্কৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। এই অগ্নিকাণ্ডত পাঁচখনকৈ দোকান ভষ্মিভুত হোৱাৰ বিপৰীতে কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী জ্বলি ছাই হয় যায়। জানিব পৰা মতে এখন চাহৰ হোটেলৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। জুইৰ শিখা দেখা পায় বৰডুমচাস্থিত ২৩নং পাঞ্জাৱ ৰেজিমেণ্ট আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱানে ততালিকে ঘটনাস্থলিত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নোমোৱাবলৈ সক্ষম হয়।

Comments
Post a Comment