NRC সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ শুনানি
১৫ খন নথিৰ বিপৰীতে ১০ খন নথিহে গ্ৰহণযোগ্য হ'ব
প্ৰতীক হাজেলাৰ শপতনামা বাহাল ৰাখিছে উচ্চতম ন্যায়ালয়ে
পূৰ্বতে এন আৰ চিত আৱেদনৰ বাবে প্ৰয়োজন হৈছিল ১৫ খন নথি
ন্যায়াধীশ ৰঞ্জন গগৈ আৰু আৰ এফ নৰীমণৰ আদালতত এই শুনানি
৩০ৰ পৰা ৬০ দিনলৈ বৃদ্ধি কৰিলে ওজৰ-আপত্তিৰ সময়সীমা
Comments
Post a Comment