বলাত্কাৰী জাকিৰ হুছেইনক ফাঁচিৰ ৰায়
বটদ্ৰৱাৰ জঘন্য বলাত্কাৰ কাণ্ডৰ অভিযুক্ত জাকিৰ
শাস্তি ঘোষণা কৰিলে নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতে
কিশোৰীক বলাত্কাৰত অভিযুক্ত জাকিৰ হুছেইন
বলাত্কাৰ কৰি জ্বলাই দিছিল ১৩ বছৰীয়া কিশোৰীক
২৩ মাৰ্চত সংঘটিত কৰিছিল এই জঘন্য কাণ্ড
ধুনীয়াভেটি লালুংগাঁৱত সংঘটিত হৈছিল এই ঘটনা
Comments
Post a Comment