জুৰীয়াত বৃহস্পতিবাৰে চলিল ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ পিছে এই অভিযান আৰক্ষীৰ নহয় অভিযান চলালে ছাত্ৰই ৷ দীৰ্ঘ দিন ধৰি জুৰীয়া কলেজৰ পাৰ্শ্ববৰ্তী তেলিয়া পথাৰত নিচা জাতীয় দ্ৰব্য বিক্ৰী কৰি অঞ্চলটোৰ যুৱক তথা ছাত্ৰক ধ্বংসৰ মুখলৈ ঠেলি দিয়া আলী হুছেইনৰ গৃহত প্ৰায় 50 জনীয়া জুৰীয়া কলেজৰ ছাত্ৰৰ দল এটাই চলালে এই অভিয়ান ৷ ছাত্ৰৰ দলটোৱে নিচা জাতীয় দ্ৰব্য সহ আলী হুছেইনক আটক কৰি গতাই দিয়ে জুৰীয়া আৰক্ষীক ৷ জুৰীয়া কলেজৰ লগতে বটদ্ৰৱা কলেজৰ বহুকেইজন ছাত্ৰ ড্ৰাগছ ব্যৱসায়ী আলী হুছেইনৰ নিয়মিয়া গ্ৰাহক বুলি অভিযোগ অভিযানকাৰী ছাত্ৰ দলৰ ৷

Comments
Post a Comment