জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লিডুত জোঁৰ সমদল
মাৰ্ঘেৰিটা, ৩০ চেপ্তেম্বৰঃ আন্তঃৰাজ্যিক পাৰ পত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে আজি সন্ধ্যা এক প্ৰতিবাদী জোঁৰ সমদল কাৰ্য্যসূচী লিডুত ৰূপায়ণ কৰে৷ কাৰ্যসূচীত পৰিষদৰ জিলা সমিতিৰ সম্পাদক কাঞ্চন বৰা, উপদেষ্টা সঞ্জীৱ উলুপ, মাৰ্ঘেৰিটা আঞ্চলিকৰ সমিতিৰ সভাপতি বিমল সিঙসহ শতাধিক কৰ্মী উপস্থিত থাকে ।
Comments
Post a Comment