লিডু কেন্দ্ৰীয় নামঘৰৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে ৫ দিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী সমাৰোহৰ লগতে উদযাপিত হৈছে শ্ৰী মন্ত শংকৰদেৱৰ ৫৭০ তম জন্মোৎসৱ ।
আজি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭০ তম জন্মোৎসৱ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকন্ঠ অন্ঞ্চলটো ব্যাপক উলহ মাহৰে নামঘৰে নামঘৰে উদযাপিত হৈছে গুৰুজনাৰ জন্মোৎসৱ । গুৰুত্বপূৰ্ণ কথা লিডু কেন্দ্ৰীয় নামঘৰৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে ৫ দিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী সমাৰোহৰ লগতে উদযাপিত হৈছে শ্ৰী মন্ত শংকৰদেৱৰ ৫৭০ তম জন্মোৎসৱ । আজি অন্তিম দিনা নামঘৰৰ বাকৰিৰ পৰা ওলোৱা হৈছে ভাগৱত ভ্ৰমণ । ঐৰাৱতক সন্মুখত লৈ নাৱত ভাগৱতক আৰোহণ কৰাই ওলোৱা ভাগৱত ভ্ৰমণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ কীৰ্ত্তন দলে । এই সন্দৰ্ভত মাৰ্বেৰিটাৰ সাংঘাতিক news24ne ৰ এক প্ৰতিবেদন ।
Comments
Post a Comment