নগাওঁ বন বিভাগৰ অবৈধ কাঠফলা মিলত অভিযান
৭ টাকৈ অবৈধ মিল জব্দ
নিউজ২৪এনই ৯ ছেপ্তেম্বৰ নগাওঁ বন বিভাগৰ এটা বৃহৎ দলে অাজি নগাঁৱৰ বিভিন্ন স্থান বঢ়মপুৰ, চলচলি, চালনা, পানীখাইটি, চামগুৰি, অামবাগান অাৰু কাঠপাৰা অাদিত অবৈধ কাঠফলা মিলত অভিযান চলায়।
অভিযানৰ সময়ত অবৈধভাবে চলাই থকা ৭ টা কাঠমিল বন্ধ কৰি দিয়াৰ লগতে মেচিনসমূহ জব্দ কৰি বন বিভাগৰ মুখ্য কাৰ্যালয়লৈ লৈ যায়। নগাওঁ সদৰ ৰেঞ্জাৰ নেপাল মণ্ডল অাৰু চালনা ৰেঞ্জাৰ চেলিম অাজমেদৰ নেতৃত্বত চলিছিল অভিযান।
মিল সমূহ জব্দ কৰে যদিও অবৈধ মিলৰ এজনো গৰাকীক বনবিভাগে আটক কৰিব নোৱাৰিলে।
ইয়াকে লৈ সাধাৰণ ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হৈছে।

Comments
Post a Comment