হোজাই জিলাৰ লংকাৰ লস্কৰপথাৰত লংকা আৰক্ষীৰ অবৈধ সুৰা বিৰুধী অভিযান |অভিযানত অবৈধ সুৰা বিপনীৰ পৰা জব্দ কেইৱাজাৰ টকাৰ বিলাতী সুৰাৰ বটল সহ আটক দুজন মদ বিক্ৰেতা |আটকীন ব্যক্তি দুজনৰ নাম ক্ৰমে হৰি দাস আৰু জীতেন দাস | সুৰা সহ আটকাধীন দুয়োজনকে ৰখা হৈছে লংকা থানাত |
Comments
Post a Comment