মাৰ্ঘেৰিটা বিধান সভা সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত বৰ্তমানৰ বিজেপি চৰকাৰৰ দ্বাৰা পেট্ৰল , ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি মাৰ্ঘেৰিটা বাছষ্টেণ্ডত সন্মুখত ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথত নৰেন্দ মোডীৰ পুত্তলিকা দাহ কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপি চৰকাৰ হায় হায় , নৰেন্দ মোডী মুৰ্দাবাদ আদি শ্ল'গানেৰে মাৰ্ঘেৰিটা আকাশ বতাহ কপাই তুলে । পেট্ৰল , ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ ফলত সাধাৰণ জনতাৰ মাধামাৰ দিয়াৰ অভিযোগ উত্থাপন কৰিছে যুৱ কংগ্ৰেছে ।

Comments
Post a Comment