slug suspected ulfa deadbody found
date 27.09.2018
তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তগত টেকেৰীত দিহিং নদীত সন্দেহজনক আলফা কেডাৰৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চান্ঞ্চল্যৰ সৃষ্টি হৈছে । সেনাৰ পোছাক পৰিহিত মৃতদেহ তো গুলী বৃদ্ধ অৱস্থাত মাছ মৰীয়াই দেখি আৰক্ষী ক খবৰ দিয়ে । মৃতদেহটোৰ সৈতে সজীৱ গুলী ৱাকী টকী এটা গেনেড উদ্ধাৰ হৈছে । প্ৰত্যক্ষ দৰ্শীয়ে এটা বন্দুক মৃতদেহটোৰ সৈতে দেখা পাইছিল যদিওঁ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সন্ধান হীন হৈ আছে বন্দুকটো । ২৪ চেপ্তেম্বৰত জাগুন সীমান্তবৰ্তীত হোৱা সংঘৰ্ষত আলফা সদস্য জন গুলীবিদ্ধ হোৱা বুলি সন্দেহ কৰা হৈছে ।
তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তগত টেকেৰীস্থ বুঢ়ী দিহিং নদীত সেনাৰ পোছাক পৰিহিত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চান্ঞ্চল্য । মাছমৰীয়াৰ ঢেকী জালত লাগি আছিল মৃতদেহটো । মৃতদেহ টো
সন্দেহজনক আলফা কেডাৰৰ বুলি সন্দেহ কৰা হৈছে । । মৃতদেহটোৰ সৈতে সজীৱ গুলী ৱাকী টকী এটা গেনেড উদ্ধাৰ হৈছে ।
প্ৰত্যক্ষ দৰ্শীয়ে এটা বন্দুক মৃতদেহটোৰ সৈতে দেখা পাইছিল যদিওঁ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সন্ধান হীন হৈ আছে বন্দুকটো ।
২৪ চেপ্তেম্বৰত জাগুন সীমান্তবৰ্তীত হোৱা সংঘৰ্ষত আলফা সদস্য জন গুলীবিদ্ধ হোৱা বুলি সন্দেহ কৰা হৈছে ।

Comments
Post a Comment