*নাগৰিকত্ব সংশোধনী বিধেয়ক-2016 বাতিলৰ দাবীত আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকন্ঠ অন্ঞ্চলটো সৰ্বাত্মক ৰূপত পৰা দেখা গৈছে। বন্ধৰ সময়ছোৱাত সকলো দোকান-পোহাৰ বন্ধ ৰখাৰ লগতে সকলোধৰনৰ যান বাহনৰ চলাচল সম্পূৰ্ণভাৱে বন্ধ আছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মাৰ্ঘেৰিটাৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ।

Comments
Post a Comment