তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ এলেকাধীন মাকুম পথাৰ চিৰোগাৱৰ পৰা এজন যুৱক ১১ দিনে নিৰুদ্দেশ হৈ আছে । যোৱা ২৯ চেপ্তেম্বৰৰ বিয়লী ৩.১০ মান বজাত মাৰ্ঘেৰিটা থানাৰ অধীনৰ চিৰো গাৱৰ বাসিন্দা কমল মেছৰ পুত্ৰ দেৱজিৎ মেছ (১৭)নাহৰকটীয়ালৈ বুলি ইণ্টাৰচিটি যোগে গৈ থকা অৱস্থাত নিৰুদ্দেশ হৈ আছে। অতি দুখীয়া পৰিয়ালৰ যুৱকজন এনেদৰে হঠাতে নিৰুদ্দেশ হোৱাত হতাশাত ভাগি পৰিছে পৰিয়ালটো। কোনো সদাশয় লোকে যুৱক জনৰ কিবা সন্ধান পালে ৮০১১৭৬১৫৭১ নম্বৰত জনাবৰ বাবে কাতৰ আহ্বান জনাইছে।

Comments
Post a Comment