আজি কিছুসময়ৰ পূৰ্বে ডিগবৈ পেঙেৰী বনাঞ্চলৰ গড়কাপ্তানী পথত বৰডুমচা পৰা তিনিচুকীয়া অভিমুখে আহি থকা যাত্ৰীবাহী AS 23 AC 5400 নম্বৰৰ খ্ৰীষ্টীনা বাছখনে এখন মটৰ চাইকেলৰ আৰোহীক বচাবলৈ গৈ গতিবেগ নিয়ন্ত্ৰণ হেৰাই পথৰ দাঁতিত বাগৰি পৰি দূৰ্ঘটনাগ্ৰস্ত হয় । দূৰ্ঘটনাত আহত সকলক ডিগবৈ আৰু পেঙেৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Comments
Post a Comment