অইল ইণ্ডিয়া লিমিটেডৰ এই S7 নামৰ তেল খনন খাদটোত হোৱা শব্দ প্ৰদূষণৰ বিনিময়ত ক্ষতিপূৰণ আদায় দি আহিছিল যদিও বিগত কেইবা মাহ ধৰি ৰাইজক ক্ষতিপূৰণ আদায় নিদিয়াৰ প্ৰতিবাদতেই এই দৰে ওলাই আহিল দুলীয়াগাঁও বাসী ৰাইজ । যাৰ ফলস্বৰূপে অইলে বহু লোকচানৰ সন্মুখীন হব লগা হৈছে ।

Comments
Post a Comment