Skip to main content
তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অৰ্ন্তগত সোণালী জনজাতি দেউৰী গাঁৱত নিষিদ্ধ ড্ৰাগছ জব্দ। জাগুন আৰক্ষীয়ে আজি গুপন সূত্ৰৰ পম খেদি কুখ্যাত ড্ৰাগচ বেপাৰী মৃদুল চেতিয়াক নিজ গৃহৰ পৰা নিষিদ্ধ ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হয়। আটকাধিন মৃদুল চেতিয়া বহুদিনৰ পৰাই নিষিদ্ধ ড্ৰাগচ বেপাৰৰ সৈতে জঢ়িত হৈ অহাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষী আৰু গাওঁবাসীৰ চকুত ধূলি মাৰি ড্ৰাগছ সৰবৰাহ ও বিক্ৰেতা হিচাবে নিজকে লপ্ত ৰখা এইটো অসাধু ড্ৰাগছ বেপাৰী আজি জাগুন আৰক্ষীৰ কৱলত। জব্দ কৰা ড্ৰাগছ খিনিৰ পৰিমান যদিও ৯ গ্ৰাম কিন্তু আটকাধিন মৃদূলৰ পৰা আৰু অধিক ড্ৰাগছ উদ্ধাৰৰ বাবে যেৰা অব্যাহত ৰাখিছে জাগুন আৰক্ষীয়ে।
Popular posts from this blog
Comments
Post a Comment