Skip to main content
*অস্ত্ৰৰ বিপ্লৱ এৰি হাতত তুলি ললে অৰ্থনৈতিক বিপ্লৱ।*# একালত জাতিৰ বাবে হাতত অস্ত্ৰ তুলি বিপ্লৱ আৰম্ভ কৰি বৰ্তমানে নিজ অঞ্চলটোৰ শ শ নিবনুৱা যুৱক যুৱতিৰ বাবে উলিয়াইছে সংস্থাপনৰ পথ, কৰিছে এখনি অৰ্থনৈতিক বিপ্লৱ ।# লগতে এই যুৱক জনে ন দিহিং ৰ পাৰত অৱস্থিত বান্দৰখাটি গাওঁৰ দায়িত্বত লোৱাৰ উপৰিও গাঁও খনৰ ওখ গছ সমূহত বাসস্থান হিচাবে বাচি লোৱা হাজাৰ হাজাৰ পক্ষীকুলক ও কৰিছে সংৰক্ষণ।# তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ন মাইথং গাওঁৰ দিগন্ত দহোতিয়াই আনিছে এই বিপ্লৱ।# বাঁহ বেতৰ জৰিয়তে নিজেই স্বাৱলম্বী হোৱাৰ লগতে দিছে কেইবা শতাধিক ব্যক্তিক সংস্থাপন।# বাঁহ আৰু বেতেৰে নিৰ্মাণ কৰিছে বিভিন্ন সামগ্ৰী, আজবাব আৰু গহনা।# লগতে সংস্থাপনৰ বাত দেখুৱাই প্ৰশিক্ষণ দিছে বহু ব্যক্তিক # চকী , মেজ, পালেংৰ পৰা কাঁহী বাতি আৰু অন্যান্য বাচন গঢ়ি তুলিছে বাঁহ আৰু বেটেৰে।# অন্নেষন ফাউণ্ডেছন নামেৰে গঢ় দিছে এক বে - চৰকাৰী সংস্থা।
Popular posts from this blog
Comments
Post a Comment