জগৰ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ বিৰুদ্ধে চূৰান্ত বিতৰ্কিত মন্তব্য কৰাৰ পাছত ৰাইজৰ কাষত আঠু কাঢ়ি হাতযোৰ কৰি ক্ষেমা ভিক্ষা কৰিবলৈ বাধ্য হোৱা পতঞ্জলীৰ সতীনাথ বাৰালৰ । পাণবজাৰ থানাৰ লগতে অসমৰ বহু কেইখন আৰক্ষী থানাত এজাহাৰ দাখিল
Posts
Showing posts from September, 2018
- Get link
- X
- Other Apps
আন্তঃৰাজ্যিক পাৰ পত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লিডুত জোঁৰ সমদল মাৰ্ঘেৰিটা, ৩০ চেপ্তেম্বৰঃ আন্তঃৰাজ্যিক পাৰ পত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে আজি সন্ধ্যা এক প্ৰতিবাদী জোঁৰ সমদল কাৰ্য্যসূচী লিডুত ৰূপায়ণ কৰে৷ কাৰ্যসূচীত পৰিষদৰ জিলা সমিতিৰ সম্পাদক কাঞ্চন বৰা, উপদেষ্টা সঞ্জীৱ উলুপ, মাৰ্ঘেৰিটা আঞ্চলিকৰ সমিতিৰ সভাপতি বিমল সিঙসহ শতাধিক কৰ্মী উপস্থিত থাকে ।
- Get link
- X
- Other Apps
দুলীয়াজানত টিংৰাই উপ শাখা চাহ জনজাতি ছাত্ৰ সন্থাৰ ষষ্ঠ বাৰ্ষিক কৰম সন্মিলন । দুলীয়াজানৰ টিংৰাই চাৰিআলিৰ তিৱাৰী গোলাত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ টিংৰাই উপ শাখাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত যোৱা ২৮ আৰু ২৯ তাৰিখ দুদিনীয়াকৈ ষষ্ঠ বাৰ্ষিক কৰম সন্মিলন অনুষ্ঠিত হৈ জাই । এই সন্মিলনৰ লগত সংগতি ৰাখি জনগোষ্ঠীতোৰ মাজত প্ৰচলিত বিভিন্ন গীত মাত আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ উপৰিও চাহ জনগোষ্ঠীৰ লোক সকলৰ মাজত অতিকৈ আদৰৰ জুমুৰ দল সমূহৰ মাজত জুমুৰ প্ৰতিযোগিতা অনুষ্ঠিতও কৰা হয় ।
- Get link
- X
- Other Apps
নগাঁৱত "ভিলেজ ৰকষ্টাৰ্ছ"ত দৰ্শকৰ আশাপ্ৰদ সঁহাৰি । অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো শুকুৰবাৰে মুক্তিলাভ কৰে ৰীমা দাসৰ বহুচৰ্চিত ছবি * ভিলেজ ৰকষ্টাৰ্ছ * -এ । ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহুলভাৱে চৰ্চিত ছবিখন চাবলৈ নগাঁৱৰ "অদিতি" চিত্ৰগৃহত ভিৰ কৰে অসংখ্য চিত্ৰ অনুৰাগীয়ে । মুক্তিৰ প্ৰথমটো দৰ্শনীতে হাউচফুল হৈ পৰে "অদিতি" চিত্ৰগৃহ । দেশৰ বহু কেইখন ব্যয়বহুল ছবি তথা মূধাফুটা চিত্ৰ নিৰ্মাতাক চেৰ পেলাই অস্কাৰৰ দৌৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ আগবঢ়া ৰীমা দাসৰ * ভিলেজ ৰকষ্টাৰ্ছ * -এ অসমীয়া চলচিত্ৰৰ ক্ষেত্ৰখনক এক নতুন গতি দিবলৈ সক্ষম হৈছে বুলি দৰ্শক সকলে মন্তব্য কৰাৰ লগতে ৰীমা দাসৰ সপোন বাস্তৱায়িত হ'ব বুলি আশা প্ৰকাশ কৰিছে ।
- Get link
- X
- Other Apps
জুৰীয়াত ড্ৰাগছৰ বিৰুদ্ধে ছাত্ৰৰ অভিযান ৷ নিতা জাতীয় দ্ৰব্যসহ আটক এজন ৷ জুৰীয়াত বৃহস্পতিবাৰে চলিল ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ পিছে এই অভিযান আৰক্ষীৰ নহয় অভিযান চলালে ছাত্ৰই ৷ দীৰ্ঘ দিন ধৰি জুৰীয়া কলেজৰ পাৰ্শ্ববৰ্তী তেলিয়া পথাৰত নিচা জাতীয় দ্ৰব্য বিক্ৰী কৰি অঞ্চলটোৰ যুৱক তথা ছাত্ৰক ধ্বংসৰ মুখলৈ ঠেলি দিয়া আলী হুছেইনৰ গৃহত প্ৰায় 50 জনীয়া জুৰীয়া কলেজৰ ছাত্ৰৰ দল এটাই চলালে এই অভিয়ান ৷ ছাত্ৰৰ দলটোৱে নিচা জাতীয় দ্ৰব্য সহ আলী হুছেইনক আটক কৰি গতাই দিয়ে জুৰীয়া আৰক্ষীক ৷ জুৰীয়া কলেজৰ লগতে বটদ্ৰৱা কলেজৰ বহুকেইজন ছাত্ৰ ড্ৰাগছ ব্যৱসায়ী আলী হুছেইনৰ নিয়মিয়া গ্ৰাহক বুলি অভিযোগ অভিযানকাৰী ছাত্ৰ দলৰ ৷
- Get link
- X
- Other Apps
তৈল নগৰী দুলীয়াজানত অসম দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ ডিব্ৰুগড় জিলা সমিতি গঠন । বিহস্পতিবাৰে তৈল নগৰী দুলীয়াজানত অসমৰ অন্যতম দুৰ্নীতি বিৰোধী যুৱ সংগঠনৰ ডিব্ৰুগড় জিলা সমিতিখন গঠন কৰা হয় । দুলীয়াজান ১৬ নম্বৰ তিনিআলিত থকা প্ৰণামী লজ সভা কক্ষত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধৰ্মকান্ত গগৈ । এই সভাতেই সৰ্বসন্মতি ক্ৰমে জিতু গগৈক সভাপতি আৰু সঞ্জয় বৰফুকনক সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া শক্তিশালী ডিব্ৰুগড় জিলা সমিতি গঠন কৰা হয় ।
- Get link
- X
- Other Apps
slug suspected ulfa deadbody found date 27.09.2018 তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তগত টেকেৰীত দিহিং নদীত সন্দেহজনক আলফা কেডাৰৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চান্ঞ্চল্যৰ সৃষ্টি হৈছে । সেনাৰ পোছাক পৰিহিত মৃতদেহ তো গুলী বৃদ্ধ অৱস্থাত মাছ মৰীয়াই দেখি আৰক্ষী ক খবৰ দিয়ে । মৃতদেহটোৰ সৈতে সজীৱ গুলী ৱাকী টকী এটা গেনেড উদ্ধাৰ হৈছে । প্ৰত্যক্ষ দৰ্শীয়ে এটা বন্দুক মৃতদেহটোৰ সৈতে দেখা পাইছিল যদিওঁ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সন্ধান হীন হৈ আছে বন্দুকটো । ২৪ চেপ্তেম্বৰত জাগুন সীমান্তবৰ্তীত হোৱা সংঘৰ্ষত আলফা সদস্য জন গুলীবিদ্ধ হোৱা বুলি সন্দেহ কৰা হৈছে । তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তগত টেকেৰীস্থ বুঢ়ী দিহিং নদীত সেনাৰ পোছাক পৰিহিত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চান্ঞ্চল্য । মাছমৰীয়াৰ ঢেকী জালত লাগি আছিল মৃতদেহটো । মৃতদেহ টো সন্দেহজনক আলফা কেডাৰৰ বুলি সন্দেহ কৰা হৈছে । । মৃতদেহটোৰ সৈতে সজীৱ গুলী ৱাকী টকী এটা গেনেড উদ্ধাৰ হৈছে । প্ৰত্যক্ষ দৰ্শীয়ে এটা বন্দুক মৃতদেহটোৰ সৈতে দেখা পাইছিল যদিওঁ ম...
- Get link
- X
- Other Apps
কংগ্ৰেছ দলৰ হাতত টকা নাই - প্ৰদ্যুত বৰদলৈ date 26.09.2018 কংগ্ৰেছ দলৰ হাতত টকা নাই । বিজেপিৰ হাতত বহু টকা । স্থানীয় বিধায়ক ভাস্কৰ শৰ্ম্মাৰ হাতত কোটি কোটি টকা । এই মন্তব্য প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুত বৰদলৈৰ । ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সম্পাদক ৰূপে নিযুক্ত হোৱাৰ পাছত পোন প্ৰথমবাৰৰ বাবে মাৰ্ঘেৰিটাত উপস্থিত হোৱা বৰদলৈয়ে এখন দলীয় সম্বর্ধনা অনুষ্ঠানত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে । কংগ্ৰেছ দলৰ হাতত সভা পাতিবলৈ নিৰ্বাচনত ব্যয় কৰিবলৈ পৰ্যাপ্ত ধন নাই - এই স্বীকাৰোক্তি প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুত বৰদলৈৰ । আজি মাৰ্ঘেৰিটাৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখনি দলীয় সম্বর্ধনা সভাত অংশগ্ৰহণ কৰি দলৰ নৱ নিযুক্ত ৰাষ্ট্ৰীয় সম্পাদক বৰদলৈয়ে বিজেপি দলে ব্যাপক হাৰত ধন আহৰণ কৰা বুলি কয় । তেওঁ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই কোটি কোটি টকা আহৰণ কৰা বুলিওঁ ব্যক্ত কৰে । তেওঁ এই সময় দলৰ বাবে অতি প্ৰত্যাহ্বানৰ সময় বুলি উল্লেখ কৰি ৰাইজেই একমাত্র ভৰাষা বুলি কয় । অন্যহাতে দলৰ ৰাষ্ট্ৰীয় সম্পাদক ৰূপে নিযুক্ত হোৱাৰ প...
- Get link
- X
- Other Apps
জৰাৰ্জীণ বাট পথ - যুৱ ছাত্ৰৰ ধৰ্ণা পৰিবৰ্তনৰ শ্ল'গানেৰে শাসনৰ গাদীত আৰোহণ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ শাসনকাল দুবছৰো অধিক হল যদিও আজিওঁ পৰিবৰ্তন নহল বাট পথৰ । মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিভিন্ন জৰাৰ্জীৰ্ণ বাট পথৰ দাবীত আজি যুৱ ছাত্ৰ পৰিষদে ভুক্তভোগী ৰাইজৰ সহযোগত ধৰ্ণা কাৰ্যসূচীৰে উত্তাল কৰে মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয় । অসম চৰকাৰ হায় হায় স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা মুৰ্দাবাদ শ্লগানেৰে মুখৰিত হল আজি মাৰ্ঘেৰিটাৰ মহকুমাধিপতিৰ কাৰ্যালয় । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত পালিত হয় এই প্ৰতিবাদী কাৰ্যসূচী । মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিভিন্ন পন্ঞ্চায়তৰ লগতে বিশেষকৈ ইনথেম গাওঁ পন্ঞ্চায়তৰ জৰাৰ্জীণ বাট পথ সমূহ নিৰ্মাণৰ দাবীত এই ধৰ্ণা কাৰ্যসূচী ।
- Get link
- X
- Other Apps
কাকপথাৰৰ ডিৰাক গেট সীমান্তত চাৰিজনকৈ সন্দেহজনক নাগৰিকক আটক : যুৱ ছাত্ৰৰ তৎপৰতা কাকপথাৰ,, অসম অৰুণাচল সীমান্তৰ ডিৰাক গেটত চাৰিজনকৈ সন্দেহজনক নাগৰিকক আটক কৰা হৈছে ৷ অসম জাতীয়াতাবাদী যুৱ ছাত্ৰ পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিৰ কৰ্মকতাই গেটত সন্দেহজনকভাবে ঘুৰি ফোৰা যুৱক কেইজনক ধৰি সোধাপোছা কৰাত তেওলোকৰ নঠি পত্ৰ পৰীক্ষা কৰাত জোলোঙাৰ মেকুৰী উলাই পৰে ৷ কৰিমগঞ্জ জিলাৰ পৰা অহা ব্যক্তিকেইগৰাকী কামৰ বাবে অৰুণাচল প্ৰদেশলৈ আহিছিল বুলি জানিবলৈ দিয়ে ৷ মুঠ ছয় গৰাকী পুৰুষ মহিলা ভিতৰত দুগৰাকী অৰুণাচল প্ৰদেশত প্ৰবেশ কৰিবলৈ সক্ষম হয় যদিও চাৰিগৰাকী আটক হোৱা ঘটনাই অঞ্চল বিলাকত যে অবৈধ নাগৰিকৰ প্ৰবেশ ঘটিছে তাকে প্ৰমাণ কৰিছে ৷ উল্লেখ্য যে অৰুণাচল প্ৰদেশত প্ৰবেশৰ বাবে সাধাৰণ লোকৰ প্ৰবেশ মুল্য পঞ্চাছ টকা হয় যদিও এনে ধৰণৰ অবৈধ নাগৰিকে মাত্ৰ দহ টকা দিয়েই প্ৰবেশ কৰে বুলি জানিব পৰা গৈছে ৷ যুৱ ছাত্ৰ পৰিষদে আটক কৰা সন্দেহজনক ব্যক্তি গৰাকী বৰ্তমান বৰডুমচা আৰক্ষী থানাত সোধাপোছা কৰি আছে বুলি জানিবলৈ দিছে ৷ ইয়াৰ আগতেও উক্ত সীমান্ত তালাচী চকীখনত অবৈধ নাগৰিকক আটক কৰি আৰক্ষী থানাত চমজাই দিয়াৰ নজিৰ আছে ৷ কিন্টু শেষত সেইসকল নাগ...
- Get link
- X
- Other Apps
কাকপথাৰৰ ছেঙেলী গাওঁ বৰনামঘৰত ভাদমহীয়া নাম কীৰ্তনৰ সামৰণী কাকপথাৰ ২৩ ছেপ্তেম্বৰ:বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ কৰা জগতৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ অাৰু প্ৰিয় শিষ্য মাধৱদেৱৰ গুণ গৰিমাক ভকত বৈষ্ণৱৰ মাজত সজীৱ কৰাৰ লগতে তেখেতসকলৰ অাদৰ্শেৰে অনুপ্ৰাণিত হোৱাৰ মহান উদ্দেশ্যেৰে প্ৰত্যেক বছৰে অসমীয়াৰ ভাদ মাহটোতে নামঘৰে নামঘৰে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ উঠে।সমগ্ৰ ৰাজ্যজুৰি ভাদ মাহৰ শেষত সমুহীয়াভাৱে নাম উঠোৱা পৰ্বটি কালি তিনিচুকীয়া জিলাখনৰ কাকপথাৰৰ ছেঙেলীজান বৰনামঘৰতো উলহ মালহেৰে অায়োজন কৰে।গাওঁখনৰ ভকত- বৈষ্ণৱ,অায়টী,ডেকা-গাভৰুৰ লগতে বৃহত্তৰ কাকপথাৰ অঞ্চলটোৰ কেইবাখনো গাওঁৰ ভকতবৃন্দই নামঘৰৰ চৌপাশ হৰিনামেৰে মুখৰিত কৰি তোলে।খোল,তাল,মৃদং অাদি ভিন্ন বাদ্যযন্ত্ৰেৰে সমধুৰ কৰি তোলা হৰিনামৰ ভক্তিৰসত পুৱতি নিশালৈকে ভকত- বৈষ্ণৱে বিলীন হৈ পৰে।
- Get link
- X
- Other Apps

ছোৱালীৰ ১৭ অনূৰ্দ্ধ ফুটবল ফাইনেলত মাৰ্ঘেৰিটা দল মাৰ্ঘেৰিটা ২২ছেপ্টেম্বৰঃ- আন্তঃজিলা ছোৱালীৰ ১৭ অনূৰ্দ্ধ ফুটবল চেম্পিয়নশ্বিপৰ আজি কাৰ্বি আংলং জিলাৰ লাংহিন গৰৈমাৰী খেলপথাৰত চলি থকা খেলত মাৰ্ঘেৰিটা আৰু নাজিৰাৰ মাজত হোৱা খেলত মাৰ্ঘেৰিটাই ৫-১ গ'ল জয় লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছে। মাৰ্ঘেৰিটা হৈ সীমা বড্ৰা ৩গ'ল , চুনামি মুণ্ডা ১গ'ল, ৰচা তিৰকী১ গ'ল দিয়ে। কোকৰাঝাৰ আৰু মাৰ্ঘেৰিটা মাজত ২৪ছেপ্টেম্বৰত ফাইনেল খেল অনুষ্ঠিত হ'ব কাৰ্বি আংলঙত।
- Get link
- X
- Other Apps
শদিয়া সমষ্টিৰ হাঁহখাটী গাওঁত বিজেপিৰ বিনামুলীয়া স্বাস্থ্য পৰিক্ষাৰ অায়োজন। কাকপথাৰ ২২ ছেপ্তেম্বৰ:ভাৰতীয় জনতা যুৱ মৰ্চা অাৰু মহিলা মৰ্চাৰ উদ্যোগত তথা কৃষাণ মৰ্চা,অ,বি,চি মৰ্চা,মাইনৰিটি মৰ্চা ,অনুসুচিত জাতি মৰ্চা অাৰু অনুসুচিত জনজাতি মৰ্চাৰ সহযোগত অাজি পুৱাৰে পৰা "কাৰ্য অঞ্জলি উপলক্ষে গৰ্ভৱতী মহিলা অাৰু কণ কণ ল'ৰা ছোৱালীৰ বাবে হাঁহখাটী গাওঁত বিনামূলীয়া স্বাস্থ্য পৰিক্ষা শিবিৰৰ অায়োজন কৰে।হাঁহখাটী গাওঁৰ পঞ্চায়ত কমিউনিটি হলত অায়োজন কৰা স্বাস্থ্য শিবিৰত বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় পাচ শতাধিক ৰোগীক চিকিৎসা সেৱা অাগবঢ়াই।তিনিচুকীয়া জিলাখনৰ স্বাস্থ্য বিভাগৰ পৰা প্ৰেৰিত স্ত্ৰীৰোগ বিশেষজ্ঞ,শিশু বিশেষজ্ঞ অাৰু মেডিচিন বিভাগৰ পাচজন চিকিৎসকে এই শিবিৰত চিকিৎসা প্ৰদান কৰে।চিকিৎসক অভিজিৎ চেতিয়া,সুমন ৰায়,গৌতমী ধৰ,প্ৰকাশ গুপ্তা অাৰু হেম্ লয়া দহোতীয়াই ৰোগীসকলক চিকিৎসা প্ৰদান কৰাৰ উপৰিওঁ ভাৰতীয় জনতা যুৱ মৰ্চাৰ শদিয়া জিলাৰ সভাপতি -সম্পাদক তীৰ্থৰাজ নেওঁগ অাৰু মিন্টু সোণোৱালে শিবিৰ পৰিচালনাত সহযোগিতা অাগবঢ়ায়।উল্লেখ্য যে শদিয়া সমষ্টিৰ অন্তৰ্গত ২৫খন পঞ্চায়তে এনেধৰণৰ চিকিৎসা শিবিৰৰ অায়োজন কৰিব বুল...
- Get link
- X
- Other Apps
মাৰ্ঘেৰিটাত পৰিত্যক্ত অৱস্থাৰ পৰি থকা মৃণ্ময় মূৰ্তি বিসৰ্জন মাৰ্ঘেৰিটা 22ছেপ্টেম্বৰঃ- মাৰ্ঘেৰিটাৰ অঞ্চলৰ কেইগৰাকীমান সমাজ সচেতন ব্যক্তিৰ উদ্যোগত মাৰ্ঘেৰিটা মহকুমাৰ পাৱৈৰ পৰা বৰগোলাই অঞ্চলৰ এলেকাৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে পৰিত্যক্ত অৱস্থাত থকা শতাধিক দেৱ-দেৱীৰ মূৰ্তি (পূজাৰ পাছত বিধিসন্মত ভাৱে বিসৰ্জন নিদি পথৰ কাষত পেলাই থোৱা ) সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে ট্ৰাকত সংগ্ৰহ কৰি মাৰ্ঘেৰিটা বুঢ়ীদিহিং নৈত বিসৰ্জন দিয়া হয়৷ মলয় চক্ৰবৰ্তী, উত্তম ভট্ৰাচাৰ্জী, বিৰেণ ৰায়, কানু দত্ত, হৰেন শইকীয়া, দিগন্ত গোহাঁই, দিলীপ দত্ত সহ কেইবাজনো স্বেচ্ছাসেৱী সমাজ সচেতন ব্যক্তিৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে মূৰ্তিসমূহ সংগ্ৰহ কৰাৰ লগতে স্থানীয় ৰাইজক এই ক্ষেত্ৰত সহযোগিতা আহ্বান কৰি পথৰ ওপৰত পথ সভা অনুষ্ঠিত কৰি বিশেষতঃ হিন্দু ধৰ্মাৱলম্বী ৰাইজক দেৱ দেৱীৰ পূজাৰ অন্তত প্ৰতিমাসমূহ উপযুক্ত স্থানত বিসৰ্জন নিদি পথৰ দাঁতিত, দলঙৰ কাষত আনকি জাবৰ-জোঁথৰ, মল-মূত্ৰৰে ভৰা ঠাইত পেলাই থোৱাৰ কু-প্ৰথা বা পৰম্পৰাৰে আধ্যাত্মিক ভাৱা সম্পন্ন লোকৰ অনুভূতিক আ...
- Get link
- X
- Other Apps
দুলীয়াজানত নৱম শ্ৰেণীৰ ছাত্ৰী নিৰুদ্ধেশ দুলীয়াজানত নৱম শ্ৰেণীৰ ছাত্ৰী নিৰুদ্ধেশ । তৈল নগৰী দুলীয়াজানত যোৱা ১৭ ছেপ্টেম্বৰৰ পৰা এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী নিৰুদ্ধেশ হৈ থকা ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে । জানিব পৰা মতে দুলীয়াজানৰ গাতে লাগি থকা দুলীয়াগাঁৱৰ মৃত পৰিমল বৰায়কৰ কন্যা চোনচোন বৰায়ক(১৬) দুলীয়াজান আদৰ্শ বিদ্যালয়ৰ ছাত্ৰী গৰাকী যোৱা ১৭ ছেপ্টেম্বৰ বিশ্বকৰ্মা পূজাৰ নিশা প্ৰায় ১২ মান বজাৰ পৰা নিৰুদ্ধেশ হৈ থকা ঘটনাই এক ৰহস্যৰ সৃষ্টি কৰিছে ।পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ছাত্ৰী গৰাকীৰ বন্ধু ,বান্ধৱী,লগতে পৰিয়ালৰ লোকৰ ঘৰত বিচাৰ কোচাৰ কৰি কোনো শুং সূত্ৰ নোপোৱাত দুলীয়াজান আৰক্ষী থানাত আজি এখন এজাহাৰ দাখিল কৰিছে ।
- Get link
- X
- Other Apps
আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তনৰ দাবীত ডিৰাক গেটত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিকী চেক গেট। আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তনৰ দাবীত ডিৰাক গেটত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিকী চেক গেট। কাকপথাৰ ২২ ছেপ্তেম্বৰ:-অসমত আন্ত:ৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,তিনিচুকীয়া জিলা সমিতিয়ে কাকপথাৰ অাঞ্চলিক সমিতিৰ সহযোগত অাজি দিনৰ ১১ বজাৰ পৰা তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ ডিৰাক গেটত এক প্ৰতিকী প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰে ৷প্ৰতিকী প্ৰতিবাদী কাৰ্যসুচী ৰূপায়নৰ কৰা যুৱ ছাত্ৰ পৰিষদৰ শতাধিক কৰ্মকৰ্তাই চৰকাৰ বিৰোধী শ্লগানেৰে ডিৰাক সীমান্ত অঞ্চলৰ পৰিবেশ উত্তাল কৰি তোলে। অসমত অান্ত:ৰাজ্যিক পাৰ পত্ৰ প্ৰবৰ্তন কৰক,অসম চৰকাৰ হায় হায়,নৰেন্দ্ৰ মোডী গ'বেক,সৰ্বানন্দ সোণোৱাল গ'বেক অাদি প্ৰতিবাদী শ্লগানেৰে অঞ্চলটোৰ অাকাশ বতাহ কপাই তোলে।ইতিমধ্যে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ লগতে অসমত আন্ত:ৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তনৰ দাবীত যুৱ ছাত্ৰ পৰিষদে চলিত বৰ্ষত কেইবাটাও প্ৰতিবাদী কাৰ্যসূচীৰ লগতে প্ৰতিখন জিলাত নাগৰিক সভা অনুষ্ঠিত কৰি আহিছে৷ উল্লেখযোগ্য যে বৃটিছ শাসনৰ কালচোৱাত ভাৰত চৰকাৰৰ ...
- Get link
- X
- Other Apps
দুলীয়াজানৰ নেহেৰু মৈদান খেলপথাৰত ৱদৌছাঁ কাপ ২০১৮ ফুটবলৰ দুখনকৈ কোৱাটাৰ ফাইনেল খেল অনুষ্ঠিত । বিগত বৰ্ষৰ দৰে এই বাৰু ২০১৮ ৱদৌছাঁ কাপ ফুটৱল খেলখন সদৌ অসম মৰাণ ছাত্ৰ সন্থাই অনুষ্ঠিত কৰিছে । ৱদৌছাঁ কাপ ফুটবল প্ৰতিযোগিতা খনত এই বাৰ মুঠ ২১ তা কৈ দলে অংশগ্ৰহণ কৰাৰ কথা জানিব পৰা গৈছে ।যোৱা ৯ছেপ্টেম্বৰ ২০১৮ তাৰিখৰ পৰা তিনিচুকীয়াত অনুষ্ঠিত হোৱা এই খেলখনৰ দুখনকৈ কোৱাটাৰ ফাইনেল খেল তৈল নগৰী দুলীয়াজানৰ নেহেৰু ষ্টুডিয়ামত অনুষ্ঠিত হৈ যাই । কালি দিনৰ ৩ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰথমখন কোৱাটাৰ ফাইনেলত অংশগ্ৰহণ কৰে আলহী দল বাংলাদেশ বনাম অইল ক্লাব দুলীয়াজানৰ মাজত অনুষ্ঠিত হয় ।খেলখনৰ অন্তত বাংলাদেশৰ দলটোৱে ৪ শূন্য গলৰ ব্যৱধানত বিজয় সাব্যস্ত হয় । ইফালেদি আজিৰ খেলখনৰ আৰম্ভনিতে খেলুৱৈ সকলৰ লগত মত বিনিময় কৰে অইলৰ মূখ্য আবাসীক বিষয়া বেদান্ত প্ৰসাদ শৰ্মাৰ লগতে সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ অৰুণ জ্যোতি মৰাণকে ধৰি কেইবাজনো প্ৰাক্তন ফুটৱল খেলুৱৈ । আজিৰ খেলখন জামছেদপুৰ বনাম নেপালৰ মাজত অনুষ্ঠিত হয় । এই খেলখনত নেপাল দলটোক জামছেদপুৰ দলটোৱে ১ শূণ্য গলত পৰ...
- Get link
- X
- Other Apps
কাকপথাৰৰ বৰডিৰাক গোঁসাই গাওঁৰ পৰা অপহৰণ কৰা কিশোৰী ববী মহন্তক অৰুণাচলৰ তেজুৰ হোষ্টেলত উদ্ধাৰ। তিনিচুকীয়া জিলাৰ বৰডুমচা অাৰক্ষী থানাৰ অন্তৰ্গত বৰডিৰাক গোঁসাই গাওঁৰ নিজ গৃহৰ পৰা দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী ববী মহন্তক অপহৰণ কৰা ঘটনাৰ প্ৰায় দুমাহৰো অধিক কাল অতিক্ৰম কৰাৰ পিছত কালিহে অৰুণাচল অাৰক্ষীৰ বিশেষ শাখাই এক খবৰৰ ভিত্তিত তেজুৰ এখন ব্যক্তিগত বিদ্যালয়ৰ হোষ্টেলৰ পৰা অপহৃত কিশোৰী গৰাকীক উদ্ধাৰ কৰি অসমৰ সীমামূৰীয়া থানা বৰডুমচা অাৰক্ষীক গতাই দিয়ে।অৰুণাচলৰ চাংলাং জিলাৰ খ্ৰাচাং ৰত্নপুৰ গাওঁৰ অজিত চাকমা নামৰ লোকজনে ১১ জুলাইত কিশোৰী গৰাকীক অপহৰণ কৰি নি তেজু চহৰৰ এজন বিশেষ লোকৰ ওচৰত চমজাই দিয়ে।তেজুৰ এই বিশেষ ব্যক্তিজনে তেজু প্ৰায়মেৰী স্কুলত ববী মহন্ত নামৰ কিশোৰী গৰাকীক নামভৰ্তি কৰোৱাই হোষ্টেলতে থকাৰ ব্যৱস্থা কৰি দিয়ে।কিন্তু অৰুণাচল অাৰক্ষীৰ বিশেষ শাখাই দীৰ্ঘদিন ধৰি অনুসন্ধান কৰাৰ অন্তত ববী মহন্তক উক্ত বিদ্যালয়খনৰ হোষ্টেলত থকাৰ সম্ভেদ লাভ কৰাত কালি দিনৰ ভাগত গৈ হোষ্টেলৰ পৰা উদ্ধাৰ কৰে।ইফালে বৰডুমচা অাৰক্ষীয়ে বিয়লি পৰত পৰিয়ালৰ লোকক ববী মহন্তক চমজাই দিয়ে।লগতে ঘটনাৰ সৈত...
- Get link
- X
- Other Apps
মাৰ্ঘেৰিটাৰ নাৰী সৰহবৰাহকাৰী চক্ৰ উৎখাত মাৰ্ঘেৰিটাৰ নাৰী সৰহবৰাহকাৰী চক্ৰ উৎখাত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ লিডু ৰেল স্টেচনৰ পৰা আদিবাসী ছাত্ৰ সন্থাই আৰক্ষী আৰ পি এফৰ সহযোগত তিনি গৰাকী যুৱতী সহ এজন নাৰী সৰবৰাহকাৰীক আটক কৰে । মাৰ্ঘেৰিটাৰ লিডু ৰেল স্টেচনৰ পৰা আদিবাসী ছাত্ৰ সন্থাই আৰক্ষী আৰ পি এফৰ সহযোগত তিনি গৰাকী যুৱতী সহ লিডু বিচা গাৱঁৰ হেমন্ত শৰ্মা নামৰ এজন নাৰী সৰবৰাহকাৰীক আটক কৰে । যুৱতী তিনি গৰাকী মাৰ্ঘেৰিটাৰ কেতেটঙৰ হাৱৈ পথাৰৰ । দিল্লীত চাকৰি দিয়াৰ উদ্দেশ্যত লৈ যোৱাৰ কথা স্বীকাৰ কৰিছে অভিযুক্ত হেমন্ত শৰ্মাই । ইয়াৰ বিপৰীতে আদিবা সী ছাত্ৰ সন্থাই নাৰী ব্যৱসায়ত জড়িত কৰাৰ উদ্দেশ্যতে যুৱতী তিনি গৰাকীক লৈ যোৱা বুলি সন্দেহ ব্যক্ত কৰিছে । এই দৰে পূৰ্বতে ও চাকৰি আৰু বেছি দৰমহাৰ প্ৰলোভনৰে দৰিদ্ৰ পৰিয়ালৰ যুৱতীক লৈ গৈ দেহ ব্যৱসায়ত জড়িত কৰাৰ অভিযোগ কৰিছে সংগঠনটোৱে ।
- Get link
- X
- Other Apps
অৰুণাচলৰ বৰডুমচাত ভয়ঙ্কৰ অগ্নিকাণ্ড। প্ৰায় পাঁচখনকৈ দোকান অগ্নিত ভষ্মিভুত । কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী জ্বলি ছাই হয়। এখন চাহৰ হোটেলৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ আকাংক্ষা। সেনা আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱানৰ তত্পৰতাত অগ্নি নিৰ্বাপন। অৰুনাচল প্ৰদেশ চাংলাং জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত বৰডুমচা বজাৰত আজি কাহিলি পুৱাতে এক ভয়ঙ্কৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। এই অগ্নিকাণ্ডত পাঁচখনকৈ দোকান ভষ্মিভুত হোৱাৰ বিপৰীতে কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী জ্বলি ছাই হয় যায়। জানিব পৰা মতে এখন চাহৰ হোটেলৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। জুইৰ শিখা দেখা পায় বৰডুমচাস্থিত ২৩নং পাঞ্জাৱ ৰেজিমেণ্ট আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱানে ততালিকে ঘটনাস্থলিত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নোমোৱাবলৈ সক্ষম হয়।
- Get link
- X
- Other Apps
লিডু কেন্দ্ৰীয় নামঘৰৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে ৫ দিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী সমাৰোহৰ লগতে উদযাপিত হৈছে শ্ৰী মন্ত শংকৰদেৱৰ ৫৭০ তম জন্মোৎসৱ । আজি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭০ তম জন্মোৎসৱ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকন্ঠ অন্ঞ্চলটো ব্যাপক উলহ মাহৰে নামঘৰে নামঘৰে উদযাপিত হৈছে গুৰুজনাৰ জন্মোৎসৱ । গুৰুত্বপূৰ্ণ কথা লিডু কেন্দ্ৰীয় নামঘৰৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে ৫ দিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী সমাৰোহৰ লগতে উদযাপিত হৈছে শ্ৰী মন্ত শংকৰদেৱৰ ৫৭০ তম জন্মোৎসৱ । আজি অন্তিম দিনা নামঘৰৰ বাকৰিৰ পৰা ওলোৱা হৈছে ভাগৱত ভ্ৰমণ । ঐৰাৱতক সন্মুখত লৈ নাৱত ভাগৱতক আৰোহণ কৰাই ওলোৱা ভাগৱত ভ্ৰমণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ কীৰ্ত্তন দলে । এই সন্দৰ্ভত মাৰ্বেৰিটাৰ সাংঘাতিক news24ne ৰ এক প্ৰতিবেদন ।
- Get link
- X
- Other Apps

NRC সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ শুনানি ১৫ খন নথিৰ বিপৰীতে ১০ খন নথিহে গ্ৰহণযোগ্য হ'ব প্ৰতীক হাজেলাৰ শপতনামা বাহাল ৰাখিছে উচ্চতম ন্যায়ালয়ে পূৰ্বতে এন আৰ চিত আৱেদনৰ বাবে প্ৰয়োজন হৈছিল ১৫ খন নথি ন্যায়াধীশ ৰঞ্জন গগৈ আৰু আৰ এফ নৰীমণৰ আদালতত এই শুনানি ৩০ৰ পৰা ৬০ দিনলৈ বৃদ্ধি কৰিলে ওজৰ-আপত্তিৰ সময়সীমা
- Get link
- X
- Other Apps
জাগুনৰ আহোম পথাৰ তিনি আলিত ভয়াৱহ পথ দুৰ্ঘটনা #জাগুনৰ আহোম পথাৰ তিনি আলিত ভয়াৱহ পথ দুৰ্ঘটনা# জাগুনৰ পৰা দীপক ৰিপ'ৰ্ট ১৮ ছেপ্টেম্বৰ : তিনিচুকীয়াৰ জাগুনত ভয়াৱহ পথ দুৰ্ঘটনা । তীব্ৰবেগী গাড়ীৰ খুন্দাত তিনিজন লোক আহত As-23A-8056 নম্বৰৰ Matiz Car জাগুন অভিমুখে আহোঁতে তিনি জন পথচাৰিক মূহতিয়াই লৈ যায় । তাৰে প্ৰতিমা চুতীয়া (৪৫) মানৰ এগৰাকী মহিলা গৰাকী সংকতজনক অৱস্থা হোৱা বাবে ডিব্ৰুগড়ৰ মেডিকেল কলেজ লৈ প্ৰেৰণ কৰে । জাগুন আহোম পথাৰ তিনি আলিৰ সমীপত এই পথ দুৰ্ঘটনা সংঘটিত হয় আৰু আন দুজন আহত লোক জাগুনৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাধীন ।
- Get link
- X
- Other Apps
আজি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭০ তম জন্মোৎসৱ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকন্ঠ অন্ঞ্চলটো ব্যাপক উলহ মাহৰে নামঘৰে নামঘৰে উদযাপিত হৈছে গুৰুজনাৰ জন্মোৎসৱ । মাৰ্ঘেৰিটাৰ নিউ কলনিত নতুনকৈ প্ৰতিষ্ঠা কৰা বৰনামঘৰত আউনী আটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামী উপস্থিত হৈ এইদৰে শংকৰদেৱৰ আদৰ্শৰে উদ্বুদ্ধ হবলৈ আহ্বান জনায় । সত্ৰাধিকাৰ জনে ধৰ্মপ্ৰাণ যুৱক জয়দীপ গগৈৰ কেইবা লক্ষ টকাৰ আৰ্থিক অনুদানেৰে নিৰ্মিত সাত খলপীয়া সিংহাসন খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে
- Get link
- X
- Other Apps
তৈল নগৰী দুলীয়াজানত ভয়ংকৰ পথ দুৰ্ঘটনা তৈল নগৰী দুলীয়াজানত ভয়ংকৰ পথ দুৰ্ঘটনা । গুৰুতৰভাৱে আহত চাৰিওজনৰে অৱস্থা অধিক সংকটজনক । সোমবাৰে নিশা প্ৰায় ৭.৩০ বজাত তেল নগৰী দুলীয়াজানত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দেওবাৰে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত দুজনকৈ লোক নিহত হোৱাৰ পিছত সুমবাৰে বিশ্বকৰ্মা পূজাৰ দিনাই হোৱা এই দুৰ্ঘটনাত চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হয় । গুৰুতৰভাৱে আহত চাৰিওজনৰে অৱস্থা অধিক সংকটজনক । ইতিমধ্যে নিশাই আটাইকেইজনকে উন্নত চিকিৎসাৰ বাৱে ডিব্ৰুগড় এ এম চি এইচলৈ প্ৰেৰণ কৰা হৈছে । দুলীয়াজান চহৰৰ মাজমজিয়াত অৱস্থিত লাইফ কেয়াৰ নাৰ্ছিং হোমৰ সন্মুখতে সংঘটিত দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত লোককেইজনৰ নাম হ’ল--- শম্ভু ৰাই (৩৫) সুমন ৰাই (২২) ৰোহিত ছেত্ৰী (২২)আৰু নিখিল শ্বাহ (২০)। সুমন ৰাইয়ে জ্যেষ্ঠ ভাতৃ শম্ভু ৰাই (টেংকাৰ চালক)ক কৰ্তব্যৰ বাবে এখন ছুপাৰ স্প্লেণ্ডাৰ AS 06 V 7178 বাইকেৰে টিপলিঙত থ’বলৈ গৈছিল । তেনে সময়তে ১৬ নং তিনিআলিৰ দিশৰপৰা এখন পালচাৰ AS 06 K 8504 মটৰ চাইকেলত অহা ৰোহিত ছেত্ৰী আৰু নিখিল শ্বাহে তীব্ৰ বেগেৰে খুন্দা মৰাৰ ফলত ...